Kiran Chandra Nath

Assamese life and Culture. kiran Chandra Nath Assam India

Assamese Songs and Culture Talk. Interview.অসমীয়া সংস্কৃতি লগতে অসমৰ সকলো সঙ্গীত শুনিব পাৰিব লগতে অসমীয়া সংস্কৃতিৰ সকলো বিষয় সামৰি লোৱা হৈছে ।মূখ্য পৰিচালক কিৰণ চন্দ্ৰ নাথ।কলিয়াবৰৰ নগাঁও অসম9864160507

No dejes de visitar la web del podcast y apoyar a su creador: anchor.fm

Autor

Kiran Chandra Nath

Categoría

Society

Web del podcast

anchor.fm

Último episodio

2 de sep. de 2026

¿Dónde escuchar?

Podcasts en la app Replaio Radio Muy pronto

Los podcasts llegarán muy pronto a la app. Instálala ahora y sé el primero en descubrir una forma totalmente nueva de vivir los podcasts

Descárgala en Google Play Instálala gratis Android casi 10 M de descargas · valoración de 4,8 iOS muy pronto

Episodios

Ep-527- বাৰপুজীয়াৰ সাহিত্য সভাত প্ৰদৰ্শন কৰা মৰিগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ সাক্ষাৎকাৰ । 04.02.2024

Ep-527- বাৰপুজীয়াৰ সাহিত্য সভাত প্ৰদৰ্শন কৰা মৰিগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ সাক্ষাৎকাৰ কৃষি,মীন, ৰেচম আদি বিভাগৰ সাক্ষাৎকাৰ।

Ep-526-অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যক্ৰমণিকাৰ প্ৰতিবেদন 02.02.2024

Radio Report on Barapujia Asom shahitya sabha By Kiran Chandra Nath

Ep_525_অসম সাহিত্য সভাৰ বাৰপুজীয়াৰ বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি। 29.01.2024

Ep_525_অসম সাহিত্য সভাৰ বাৰপুজীয়াৰ বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি ।১ ফেব্ৰুৱাৰী। পুৱা ৮.৪৫ বজা ক_ অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন। খ_ পতাকা বেদীৰ প্ৰথম চক্ৰত ১১খন পতাকা উত্তোলন। গ-পতিকা বেদীৰ দ্বিতীয় চক্ৰত ১০৭খন পতাকা উত্তোলন। পুৱা ৯.০০ বজাত স্মৃতি তৰ্পণ পুৱা ৯.৩০ বজাত শ্বহীদ তৰ্পণ। পুৱা ১০.৩০ বজাত সাহিত্য সন্মিলন , স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ সন্মিলন। বিয়লি ৩.০০ বজাত বৌদ্ধিক সন্মিলন।...

Ep_524_ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস, নগাঁৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপনৰ এক প্ৰতিবেদন। 25.01.2024

২৪ জানুৱাৰী,ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস, নগাঁৱত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন । এক প্ৰতিবেদন।

Ep- 523-নগাঁও আৰু মৰিগাঁৱত অনুষ্ঠিত শিল্পী দিৱসৰ এটি প্ৰতিবেদন । 17.01.2024

আজি শিল্পী দিৱস জ্যোতিপ্ৰসাদ প্ৰসাদ আগৰৱালৰ মৃত্যু দিৱস । নগাঁও আৰু মৰিগাঁৱত অনুষ্ঠিত শিল্পী দিৱসৰ চমু প্ৰতিবেদন এই অনুষ্ঠানত খুটিকটিয়াৰ প্ৰগতি সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা শিল্পী দিৱস কাৰ্যসূচীৰ চমু বিবৰণী, কলিয়াবৰ চামধৰাৰত অনুষ্ঠিত শিল্পী দিৱস। লগতে ফোন লাইনত থাকিব কলিয়াবৰ ৰ সাংবাদিক নৃপেন কেঁওট আৰু তৰুণ চন্দ্ৰ মুক্তিয়াৰ। জুৰিয়াৰ পৰা প্ৰাঞ্জল শইকীয়াই আৰু মৰিগাঁৱৰ সাংবাদিক অচ্যুত কুমাৰ নাথ ম...

Ep_522_ভোগালী বিহুৰ পৰম্পৰা কেনেধৰণৰ এটি সাক্ষাৎকাৰ অনুষ্ঠান। 13.01.2024

অসমীয়া সমাজৰ মাঘ বা ভোগালী বিহুৰ বিষয়ে যুগুত কৰা সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান ।

Ep_521_Talk on Maghbihu & Song. 07.01.2024

Track1_ Talk on Maghbiuh By Manmohan Dev Nath. 2 Song by dipali Borthakur &Birendranath Dutta

Ep_520_মৰিগাঁও জিলাত খেলৰ অগ্ৰগতি কৈছে ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক নাছিৰুদ্দিন আহমেদে 03.01.2024

Ep_520_মৰিগাঁও জিলাত খেলৰ অগ্ৰগতিৰ বিষয়ে কৈছে মৰিগাঁও জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক নাছিৰুদ্দিন আহমেদে । আৰু খেলৰ বাতৰি

Ep-519-Chorus on Bhpen Hazarika Ly Sayed Sadulla. 02.01.2024

Ep-519-Chorus on Bhpen Hazarika Ly Sayed Sadulla.

Ep_518_বৰদিন মানে কি আৰু গীত । 22.12.2023

Ep_518_বৰদিন মানে কি আৰু গীত ।

Ep_517_ OjaPali by Dharmeswar Baruah and Pty. 20.12.2023

Ojapali Dance The OjaPali is the most distinctive folk dance from Assam, representing the rich tradition and cultural heritage of the state. Assamese culture is ...  Videos

Ep_516~OjaPali By Kushal Tamuli and pty 14.12.2023

 Videos Ojapali Dance The OjaPali is the most distinctive folk dance from Assam, representing the rich tradition and cultural heritage of the state. Assamese culture is ...  Videos Ojapali Dance The OjaPali is the most distinctive folk dance from Assam, representing the rich tradition and cultural heritage of the state. Assamese culture is ...  Videos

Ep_514_Ankiyanat kelegopal Ly Sankardev 14.12.2023

Ep_514_Ankiyanat kelegopal Ly Sankardev

Ep_514_Int. With Ramani Mohan Deka (Retaiared Army) & Tiwageet By Tarulota Das Dewri 11.12.2023

Ep_514_Int. With Ramani Mohan Deka (Retaiared Army) & Tiwageet By Tarulota Das Dewri

Ep 513_ Kenekoi khelar dharabibarani present kore 06.12.2023

Ep 513_ Kenekoi khelar dharabibarani present kore by Nayan prasad And Subudh Malla Baruah

Ep_512_কেনেকৈ ৪১জন শ্ৰমিকক ওলাইছিল এক প্ৰতিবেদন । 29.11.2023

Ep_512_কেনেকৈ ৪১জন শ্ৰমিকক ওলাইছিল এক প্ৰতিবেদন ।

Assamese life and Culture. kiran Chandra Nath Assam India (Trailer) 29.10.2023
Ep_509_নগাঁৱত অনুষ্ঠিত হোৱা ৭৫ সংখ্যক স্বাধীনতা দিৱস কাপ ফুট বল প্ৰতিযোগিতাৰ এক প্ৰতিবেদন । 27.10.2023

৭৫ বছৰত ভৰি দিলে নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা খনে । অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ অন্যতম পুৰণি নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা । চলিত বৰ্ষৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা খন ২৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব । যোৱা শুক্ৰবাৰে এই কথা ঘোষনা কৰে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই । বৰ্তমানলৈকে ১৫টা দলৰ অংশগ্ৰহন নিশ্চত কৰিছে দলে । কলিকতাৰ ইষ্ট বেংগল...

Ep_608_জোঙাল বলহু ৰজাৰ বিষয়ে যুগুত কৰা গীত শিল্পী বিদ্যুৎ বিকাশ সেনাপতি । 23.10.2023

জোঙাল বলহু , Jungal Balahu ১৩৬৫-১৩৮৫ চনৰ আশে-পাশে মধ্যযুগীয় উত্তৰ-পূব ভাৰতৰ এজন তিৱা ৰজা আছিল। ৰাজ্যখন অসম ৰাজ্যৰ বৰ্তমানৰ ৰহাত আছিল। তেওঁ তিৱা জনগোষ্ঠীৰ লোক সকলক শাসন কৰিছিল। জোঙাল বলহু গড়ত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।জোঙাল বলহুৰ প্ৰতিমূৰ্তি। প্ৰাৰম্ভিক জীৱন ১৪১৫-১৪৪০ চনত জোঙাল বলহু মৃগংক নামেৰেও পৰিচিত আছিল। তেওঁ ১৩৬৫-১৩৮৫ চনৰ কামতা ৰাজ্যৰ গংগাৱতী আৰু অৰিমত্তৰ পুত্ৰ। বড়ো-ভূঞাৰ শাসন...

Ep_507_ড৹ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীত । 23.10.2023

Ep_507_ভ৹ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীত ।

Ep_505_নগাঁৱৰ দূৰ্গা পূজাৰ পৰম্পৰা /সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান / 21.10.2023

_নগাঁৱৰ দূৰ্গা পূজাৰ পৰম্পৰা /সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান / বিভিন্ন পুজা মণ্ডপত সাক্ষাত গ্ৰহণ কৎআ হৈছে

Ep_504_Durga Nam // দূৰ্গা দেৱীৰ নাম // নমো নমো .... 20.10.2023

দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ। আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলিকতাত পোনপ্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল। ===[[দুৰ্গা]]=== ‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা...

Ep_503_তুলসী চৰিত্ৰ পাঠ প্ৰথম ভাগ / শিল্পী ৰাহুল দেৱ বৰদলৈ। 18.10.2023

Ep_503_তুলসী চৰিত্ৰ পাঠ প্ৰথম ভাগ কাতি বিহুত এই পুথি পাঠ কৰা হয়

Ep_502_ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা নগাঁও ২০২৩ ২৪ ৰ এটি প্ৰতিবেদন 17.10.2023

NorthEast People's Development Federation আৰু Tiwa Autononus Council ৰ সৌজন্যত যোৱা ৮ অক্টোবৰৰ পৰা অহা ২১ অক্টোবৰলৈ নগাঁওৰ ডছন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত অনুস্থিত হৈ আছে ৰাজ্যিক হস্ততাত বস্ত্ৰমেলা ২০২৩-২৪ ৰ বিপণীত গৈ দেশৰ বিভিন্ন প্ৰান্তৰ হাতে বোৱা কাপোৰ আৰু হাতেৰে প্ৰস্তুত সামগ্ৰী বিক্ৰী কৰা উদ্যোগী সকলৰ লগত কথা পাতিছিলো । শুনো আহক চাবচক্ৰাইব কৰিব মূখ্য পৰিচালক কিৰণ চন্দ্ৰ নাথ...

Ep_501_নগাঁৱৰ বিভিন্ন দূৰ্গা পূজাৰ বিষয়ে পুজা মণ্ডপৰ কৰ্ম্মকৰ্তাৰ সাক্ষাৎকাৰ । 16.10.2023

Ep_501_নগাঁৱৰ বিভিন্ন দূৰ্গা পূজাৰ বিষয়ে পুজা মণ্ডপৰ কৰ্ম্মকৰ্তাৰ সাক্ষাৎকাৰ ।

Escucha el podcast Assamese life and Culture. kiran Chandra Nath Assam India en Replaio

Radio y podcasts en una sola app - gratis y sin registro. Instálala hoy y no te pierdas el estreno

Descárgala en Google Play

Replaio no es editor de podcasts; los nombres de los programas, las portadas y el audio pertenecen a sus autores y se distribuyen a través de canales RSS públicos