NEZINE
NEZINE's Podcast
NEZINE's Podcast is the audio bridge to India's Northeast RSSVERIFY
Where to listen?
Podcasts in the app Replaio Radio Coming soonPodcasts are coming to the app soon. Install now and be the first to see a whole new take on podcasts
Episodes
দিলীপ শৰ্মা অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় — ড° পৰমানন্দ মজুমদাৰ 29.01.2026 38:21
গণশিল্পী দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন সমিতিয়ে গুৱাহাটীত ২৫ জানুৱাৰী, ২০২৬ ত আয়োজন কৰা অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ, লেখক, সম্পাদক আৰু নিবন্ধকাৰ ড° পৰমানন্দ মজুমদাৰে প্ৰদান কৰা স্মাৰক বক্তৃতা । গণশিল্পী গৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ড° মজুমদাৰে তেখেতৰ বক্তৃতাত দিলীপ শৰ্মা অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় বুলি কয় । ফটো - সমীৰ চোধুৰী Photo- Samir Choudhury ...
জুবিন গাৰ্গৰ সোঁৱৰণত গীত, কবিতা আৰু গদ্যৰে একাঁজলি শ্ৰদ্ধা 18.11.2025 44:49
প্ৰবাদপ্ৰতিম শিল্পী জুবিন গাৰ্গৰ অসামান্য সৃষ্টিৰ সঁফুৰাৰ কিছু ৰেঙণি আগবঢ়াইছে কটন মহাবিদ্যালয়ৰ ১৯৮৭-৮৯ বৰ্ষৰ এমুঠিমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু স্ক্ৰীপ্ত মেঘালী গগৈৰ। আঁত ধৰিছে ডঃ বিশ্বজ্যোতি দেৱ মহন্ত আৰু মেঘালী গগৈয়ে। অনুষ্ঠানটিত পৰিৱেশিত গীতসমূহ বাণীবদ্ধ কৰা হৈছে পাৰ্থ প্ৰতিম দাসৰ বামুণীমৈদানস্থিত ষ্টুডিঅ' ‘গান’ ত। অংশগ্ৰহণকাৰীসকল হৈছে— ১) বিশ্বজ্যোতি দেৱ মহন্ত:...
জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি 25.09.2025 1:20:14
জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ গীতৰ শৰাই, কিংবদন্তী শিল্পী গৰাকীৰ সাগৰসম বিশাল সৃষ্টিৰাজিৰ আলোচনাৰ মাজেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আগবঢ়াইছে কটন কলেজৰ ১৯৮৪-৮৬ বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ গঠিত জোনাক কটনিয়ান গোটে। অনুষ্ঠানটিৰ সামগ্ৰিক পৰিকল্পনা আৰু স্ক্ৰিপ্ট জোনাকৰ সদস্য চিত্তৰঞ্জন ওজাৰ। জোনাকৰ হৈ অনুষ্ঠানটিৰ আঁত ধৰিছে ধ্ৰুৱজ্যোতি মহন্ত আৰু নৱনীতা বৰাই । ফটো- ভাস্কৰ দেৱ কোৱঁৰ স...
অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ 17.09.2025 33:55
অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ । নিজাইন পডকাষ্টৰ এই খণ্ডটিত শুনক মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা Plain Facts...তথ্যৰে যুক্তি শীৰ্ষক বক্তৃতালানিৰ বিশিষ্ট বুদ্ধিজীৱি আৰু সমাজ বিজ্ঞানী প্ৰফেছাৰ উদয়ন মিশ্ৰই ১৪ ছেপ্টেম্বৰ, ২০২৫ত আগবঢ়োৱা বক্তৃতা । বক্তৃতাৰ বিষয়- জাতীয়তাবাদ, ইয়াৰ সমস্যা আৰু সীমাবদ্ধতা : অসমৰ প্ৰেক্ষাপটত । বক্তৃতালানিৰ আঁত...
Bollywood's Northeast Lens-Episode 5: Outsider optics 13.09.2025 16:01
Bollywood's Northeast Lens-Episode 5: Outsider optics in this fifth and last episode of the series "Bollywood's Northeast Len", listen to Tanmayee Devchoudhury, a young reflective viewer about how she feels about wrong perception about the region shaped by Bollywood's outsider assumption about the region. The host Muskan Sharma, a B.A. (English) student at the Assam Royal Global University, pr...
Bollywood's Northeast Lens-Episode 4: Narrow and flattened 13.09.2025 16:21
Bollywood's Northeast Lens-Episode 4: Narrow and flattened Listen to a young film enthusiast Krishadwipta Pathak about her perspectives on Bollywood's portrayal of the region to know how the new generation perceive it. The host Muskan Sharma, a B.A. (English) student at the Assam Royal Global University, produced this podcast series as part of her Summer Internship with NEZINE. Support the show...
Bollywood's Northeast Lens- Episode 3: Lack of Directorial Research but Refocussing 13.09.2025 21:26
Bollywood's Northeast Lens- Episode 3: Lack of Directorial Research but Refocussing. Listen to award winning filmmaker Mrinal Deka in this episode about his perspectives on Bollywood's portrayal of the Northeast. He attributes the wrong and prejudiced representation to lack of directorial research but feels that Bollywood has started refocussing on the region. The host Muskan Sharma, a B.A. (Eng...
Bollywood's Northeast Lens - Episode 2: The Prejudiced Frame and Stereotyped Gaze 13.09.2025 28:28
Bollywood's Northeast Lens - Episode 2: The Prejudiced Frame and Stereotyped Gaze In this episode, listen to award winning filmmaker, film historian, and author Parthajit Baruah's perspectives about how Bollywood filmmakers frame their prejudiced gaze about the people and culture in northeast region. The host Muskan Sharma, a B.A. (English) student at the Assam Royal Global University, produced t...
Bollywood's Northeast Lens-Episode 1: Distorted Angle, Poor research 13.09.2025 18:01
Bollywood's Northeast Lens-Episode 1: Distorted Angle, Poor research In this maiden episode of the series- "Bollywood's Northeast lens", listen to award winning film critic and filmmaker Utpal Borpujari's perspectives on flawed representation of the northeast region, its culture and people in Bollywood cinemas. The host Muskan Sharma, a B.A. (English) student at the Assam Royal Global University,...
মুনীন বায়নৰ গ্ৰন্থ-"সংঘৰ্ষ আৰু সংলাপ" I উত্তৰ-পূবৰ সাহিত্য 05.09.2025 13:21
নিজাইন আলোচনীৰ উত্তৰ-পূবৰ সাহিত্য শীৰ্ষক আলোচনাত এই খণ্ডত শুনক বিশিষ্ট সাহিত্য সমালোচক আৰু সাংবাদিক মুনীন বায়নৰ গ্ৰন্থ-"সংঘৰ্ষ আৰু সংলাপ" বিষয়ে এটি আলোচনা । আলোচনাটি আগবঢ়াইছে বিশিষ্ট সাহিত্যিক জুৰি বৰা বৰগোহাঞিয়ে সংগীত - প্ৰিয়ানুজ পৰাশৰ #NEZINE's podcast Support the show Download NEZINE App to keep listening to NEZINE's podcast
The Unheard Voice: Mothers of special children 01.09.2025 14:20
The Unheard Voice: Mothers of special children In this special podcast, host Masuma Tasmin takes you on an emotional and inspiring journey that often goes unnoticed- a story of resilience, love, strength, and, most importantly, a voice that remains unheard. In this intimate conversation with mothers of special children in Guwahati, we hear about how they had to keep aside the things they once lo...
Sandrembi and Chaishra I Manipuri Folktales- PHUNGA WARI 22.08.2025 25:02
Sandrembi and Chaishra I Manipuri Folktales- PHUNGA WARI This is the third and final episode of a three-part podcast series- Phunga Wari, each featuring a folktale narrated by an elder in Manipuri to capture the authentic beauty of oral storytelling. Each Manipuri narration is immediately followed by an English translation in Rajkumari Reekiya's voice. The term “Phunga” refers to a fireplace, usu...
Yairipok Thambalnu -The Lotus Girl I Manipuri Folktales- PHUNGA WARI 15.08.2025 15:57
Yairipok Thambalnu -The Lotus Girl I Manipuri Folktales- PHUNGA WARI This is the second episode of a three-part podcast series- Phunga Wari, each featuring a folktale narrated by an elder in Manipuri to capture the authentic beauty of oral storytelling. Each Manipuri narration is immediately followed by an English translation in Rajkumari Reekiya's voice. The term “Phunga” refers to a fireplace,...
Kabui Kei Oiba- The Tiger HeadI Manipuri Folktales- PHUNGA WARI 07.08.2025 25:22
The term “Phunga” refers to a fireplace, usually placed in the kitchen and “Wari” means tales or stories in the Manipuri Language. In the evenings, the children of a household gather around the fireplace while their grandparents share traditional stories. When the individual terms “Phunga” and “Wari” are put together, they translate to “Folktales”, stories passed down from generation to generation...
কেনডিড্ টক ফ্ৰম নৰ্থ ইষ্ট- বিশিষ্ট সাহিত্য়িক অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাস –‘জছনাৰ ঝিটাছ’ৰ এটি আলোচনা 27.04.2025 42:56
কেনডিড্ টক ফ্ৰম নৰ্থ ইষ্ট- বিশিষ্ট সাহিত্য়িক অৰূপা পটঙ্গীয়া কলিতাৰ উপন্যাস –‘জছনাৰ ঝিটাছ’ৰ এটি আলোচনা। আলোচকসকল ক্ৰমে সাহিত্য় সমালোচক আৰু সম্পাদক ড০ অসীম চুতীয়া, ঔপন্য়াসিক আৰু গল্পকাৰ জুৰি বৰা বৰগোহাঞি, গল্পকাৰ ড০ জুৰি বৰুৱা । আলোচনাটিৰ আঁত ধৰিছে নিজাইনৰ কাৰ্যবাহী সম্পাদক ৰত্না ভৰালী তালুকদাৰ Support the show Download NEZINE App to keep listening to NEZINE's podcast
অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱা 24.02.2025 50:14
অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱা নিজাইন পডকাষ্ট: মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা "Plain Facts... তথ্যৰে যুক্তি" শীৰ্ষক বক্তৃতালানিৰ দ্বিতীয় বক্তৃতা l বিষয় – ‘বিগত তিনি দশকৰ অসমৰ অৰ্থনীতি তথা সৰ্বসাধাৰণৰ জীৱিকা আৰু জীৱন’ বক্তা: বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়দীপ বৰুৱা ভাষণ প্ৰসংগত তেখেতে কয় যে অসমৰ অৰ্থনৈতিক ব...
"অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"- বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়া 13.01.2025 1:37:52
নিজাইন পডকাষ্ট: মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা "Plain Facts... তথ্যৰে যুক্তি" শীৰ্ষক বক্তৃতালানিৰ প্ৰথম বক্তৃতা l বিষয় - 'স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাস' বক্তা: বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়া বক্তৃতালানিৰ আঁত ধৰোঁতা- অৰিন্দম বৰকটকী ভাষণ প্ৰসংগত তেখেতে কয়: "অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ" NEZINE podcast: First of the lecture series organ...
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপান্তৰৰ শিল্পী”ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ অন্যতম পোহৰ- শিল্পী দিৱস উপলক্ষে ৰত্না ভৰালী তালুকদাৰৰ বিশেষ পডকাষ্ট 17.01.2024 15:33
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপান্তৰৰ শিল্পী”ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ অন্যতম পোহৰ- শিল্পী দিৱস উপলক্ষে ৰত্না ভৰালী তালুকদাৰৰ বিশেষ পডকাষ্ট । সংগীত- প্ৰিয়ানুজ পৰাশৰ Rupkonwar Jyotiprasad Agarwala’s philosophy of Art is a powerful weapon to counter communalism- a special podcast by Ratna Bharali Talukdar on Shilpi Divas. Music - Priyanuj Parashar. Support the show Downloa...
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা 19.12.2023 10:19
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা। অঞ্জুলা ভূঞা বৰা গুৱাহাটীৰ অম্বিকাগিৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদালয়ৰ প্ৰাক্তন অধ্যক্ষ। সংগীত- প্ৰিয়ানুজ পৰাশৰ Literature and society in Northeast: Writer, teacher Anjula Bhuyan Borah discusses reflection of the Assamese calendar month Aghon in literature. Anjula Bhuyan Borah is a retired ...
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: লোকসংস্কৃতিৰ গৱেষক আৰু লেখক ডo ৰাজশ্ৰী হাজৰিকাই যুগুতোৱা লোকসংস্কৃতিবিষয়ক এটি আলোচনাe 09.11.2023 13:05
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: লোকসংস্কৃতিৰ গৱেষক আৰু লেখক ডo ৰাজশ্ৰী হাজৰিকাই যুগুতোৱা লোকসংস্কৃতিবিষয়ক এটি আলোচনা । সংগীত-প্রিয়ানুজ পৰাশৰ Literature and society in Northeast: A discussion on folk culture by folklorist and writer Dr Rajashree Hazarika. Music: Prianuj Parashar. This podcast is an episode of a series on Literature and society in northeast. In this special podcast series we bring...
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱ 23.10.2023 6:15
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱ সংগীত - প্রিয়ানুজ পৰাশৰ উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ-এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো উত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ। Literature and society in Northeast: Novelist and short story...
উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ: দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে ড০ অংকুমনি দাসে কৰা এটি আলোচনা 14.09.2023 10:15
উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ: বিশিষ্ট গল্পকাৰ আৰু উপন্যাসিক দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে সাহিত্য সমালোচক ড০ অংকুমনি দাসে কৰা এটি আলোচনা। উপন্যাসখনৰ প্ৰকশক প্ৰজ্ঞা মিডিয়াহাইপ । সংগীত-প্রিয়ানুজ পৰাশৰ Books from Northeast: A review of eminent short story writer and novelist Devabrat Das's novel Korhi Khelar Xadhu ( Publisher: Pragya Mediahype) by literary critic Dr Ankumani Das....
উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ :‘প্ৰকৃতিৰ জমাদাৰ’ গ্ৰন্থখনৰ বিষয়ে মানসী গোস্বামীয়ে কৰা এটি আলোচনা 22.08.2023 6:33
উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ :‘প্ৰকৃতিৰ জমাদাৰ’ গ্ৰন্থখনৰ বিষয়ে পৰিবেশ আৰু বি়জ্ঞান সংযোগ কৰ্মী মানসী গোস্বামীয়ে কৰা এটি আলোচনা।গ্ৰন্থখনৰ প্ৰণেতা-মানস প্ৰতীম দত্ত, বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়া। সংগীত-প্রিয়ানুজ পৰাশৰ Books from Northeast: A review of Prakritir Jamadar by Manoshi Goswami. In this podcast, science communicator and environment activist Manoshi Goswami reviews the Assamese...
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : ডo হীৰেণ গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰে কৰা এটি আলোচনা 17.08.2023 26:22
উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : ডo হীৰেণ গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰে কৰা এটি আলোচনা । সংগীত-প্রিয়ানুজ পৰাশৰ Literature and Society in Northeast: Ratna Bharali Talukdar discusses Dr Hiren Gohain's works on Sankardeva. Music- Priyanuj Parashar Support the show Download NEZINE App to keep listening to NEZINE's podcast
উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ : অৰূপ শাণ্ডিল্যৰ 'অসমৰ কৃষি'ৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰৰ আলোচনা 22.07.2023 5:27
উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ : দৈনিক অসম কাকতৰ সাংবাদিক অৰূপ শাণ্ডিল্যৰ গ্ৰন্থ -অসমৰ কৃষি ( প্ৰকাশক - পূৰ্বাঞ্চল প্ৰকাশ)ৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰৰ আলোচনা। সংগীত-প্রিয়ানুজ পৰাশৰ Books from Northeast: In this podcast Ratna Bharali Talukdar reviews the book Asamar Krishi authored by journalist Arup Shandilya and published by Purbanchal Prakash. Music by Priyanuj Parashar Support the show Downloa...
Similar podcasts
Replaio is not a podcast publisher; show names, artwork and audio belong to their authors and are distributed through public RSS feeds.