Kiran Chandra Nath
Assamese life and Culture. kiran Chandra Nath Assam India
Assamese Songs and Culture Talk. Interview.অসমীয়া সংস্কৃতি লগতে অসমৰ সকলো সঙ্গীত শুনিব পাৰিব লগতে অসমীয়া সংস্কৃতিৰ সকলো বিষয় সামৰি লোৱা হৈছে ।মূখ্য পৰিচালক কিৰণ চন্দ্ৰ নাথ।কলিয়াবৰৰ নগাঁও অসম9864160507
Where to listen?
Podcasts in the app Replaio Radio Coming soonPodcasts are coming to the app soon. Install now and be the first to see a whole new take on podcasts
Episodes
Ep_26_Tiwa folk song byRekha Senapati 21.03.2021 15:01
Tiwa Folk Song তিৱা সকলৰ লোকসংগীত। Please Subscribe my podcast
Ep_25_Nepaligeet By Bhuban Ch Ghimre And pty 20.03.2021 18:26
Nepaligeet Subscribe And share
Ep_24_Tiwa geet. By Rekha Senapati . 18.03.2021 13:07
Ep_24_Tiwa geet. By Rekha Senapati .
Ep_23_Biya Nam by Harimai Bora And pty 16.03.2021 19:12
Assamese Marraise Song Folk Song Please Subscribe and Share
Ep_17_Dewri Bihugeet 11.02.2021 19:59
Dewri bihugeet
Ep_14_অসমীয়া সমাজৰ শীতলা সবাহ আৰু শীতলা নাম __ৰঞ্জনা বৰা । (নগাঁও) 05.02.2021 25:14
আই সবাহৰ দৰে শীতলা সবাহ আমাৰ সমাজত পতা হয় আৰু শীতলানাম গোৱা হয় ।কেনেকৈ শীতলা সবাহ পতা হয় , এই বিষয়ে ইয়াত বৰ্ণনা কৰাৰ লগতে শীতৰাসবাহৰ নাম গোৱা হৈছে ।
Ep_13_অসমীয়া লোকসমাজৰ" আইনাম" আৰু "আইসবাহ" -ৰঞ্জনা বৰা ( নগাঁও) / 23.01.2021 1:55:04
অসমত ফাগুন চ'ত মাহত ধুলি বেছি হয় । বহাগৰ পৰাই গৰম আৰু বৰষুণ আৰম্ভ হয়।আৰু সেই সময়ত বসন্ত ৰোগৰ পাদুৰ্ভাব বেছি হয় । বসন্ত ৰোগ 'আই' ৰেই ৰুপ -এই পবিত্র বিশ্বাসৰে বসন্ত ৰোগৰ ভয়াবহতাক অসমীয়া সমাজত এক সুন্দৰ ৰুপ প্ৰদান কৰিছে ।তেতিয়া আইসবাহ পতা হয় ৰোগ উপসমৰ বাবেএই বিসয়ে ইয়াত সন্নিবিষ্ট কৰা হৈছে -–-–--–---–--------------------------------------- কিতাপৰ সহায় লৈ-
Ep_11_ বিহু গীত বানিজ্য কৰণ কৰা প্ৰথম অসমীয়া লোকেশ্বৰ ডেকাৰ লগত অন্তৰংগ আলাপ (১খন্দ) 05.01.2021 1:07:37
৬০ দশকত বিহু গীতৰ ৰেকৰ্ড লোকেশ্বৰ ডেকাই প্ৰথম কৰিছিল আৰু সফল হৈছিল । ৰেকৰ্ড নাম আছিল "বিহু আনন্দিয়া বিহু বিনন্দিয়া" - তেখেত HMV ৰেকৰ্ড বিক্ৰেতা আছিল । সেই বিহুৰ ৰেকৰ্ড ভূপেন হাজৰিকাই লন্ডনত বিক্ৰী কৰিছিল। এই সকলো কথা দুটা খন্দত প্ৰচাৰ কৰা হৈছে । এইয়া প্ৰথম খন্দ ।তেখেত মৰিগাঁৱৰ লোক ।
Ep_12_বিহু গীত বানিজ্যকৰণ কৰা তথা বিহুগীতৰ ৰেকৰ্ড কৰা প্ৰথম অসমীয়া লোকেশ্বৰ ভেকাৰ লগত অন্তৰংগ আলাপ। 03.01.2021 19:14
লোকেশ্বৰ ডেকাৰ লগত আলাপৰ শেষৰ খন্দ ।
Ep_10_ পাপু ঘোষৰ সাক্ষাৎকাৰ । (Sculture) 27.12.2020 28:06
Eo_10 _ভাস্কৰ্য্য ,চিত্ৰ শিল্প-কৰ্ম্মৰ লগত জৰিত পাপু ঘোষৰ সাক্ষাৎকাৰ । ষৰ কাজিৰঙাত । (Sculture)
Ep_09_পোছাক ভাণ্ডাৰৰ লগত জৰিত অলকানন্দ নাথৰ এটি সাক্ষাৎকাৰ । 26.12.2020 28:27
অঙ্কীয়া নাট প্ৰদৰ্শন আৰু ভাওনা সংস্কৃতি আগুৱাই নিয়াৰ বাবে পোছাক ভাণ্ডাৰ সমূহে অভূতপূৰ্ব সহায় কৰি আহিছে ।
Ep_08_ Tiwa geet Tauling Barata By Chenimai Bordloi & pty 20.12.2020 27:22
Tiwa songs by Chenimai Bordloi & pty {Assam Nagaon INDIA}
Ep_06_মুকাভিনয় শিল্পী মুহিত কুমাৰ নাথ সাক্ষাৎ কাৰ 16.12.2020 18:09
মুকাভিনয় শিল্পী মুহিত কুমাৰ নাথৰ সাক্ষাতকাৰ
Ep_05_বিহু গীতৰ ক্ৰমবিকাশ - আগবঢাইছে অনিল শইকীয়াই । 15.12.2020 21:34
বিহু গীতৰ ক্ৰমবিকাশ - এটি আলোচনা আগবঢাইছে অনিল শইকীয়াই । আৰু ৰাজু দাসৰ বিহু গীত । 💐Please Subscribe my podcast.💐 💐প'ডকাষ্ট চাবচক্ৰাইব কৰিব💐
Ep_04_বাহঁৰে পোছাক তৈয়াৰ কৰা যুবক ভৰত জ্যেতিদেৱ নাথৰ সাক্ষৎকাৰ l 14.12.2020 5:19
Interview witi Bharat jyoti Dev Nath. বাহঁৰে পোছাক তৈয়াৰ কৰা অসমীয়া যুৱক।
Ep_02_ বিহুৰ ঢ়োল বাদক ৰাজুকলিতাৰ সাক্ষাৎকাৰ । 13.12.2020 19:57
বিহু উৎসৱত ঢোল অপৰিহাৰ্য । অসমীয়া লোকসংস্কৃতিৰ পৰম্পৰাগত বাদ্য । Dhool is folk istrument of Assam
Similar podcasts
Replaio is not a podcast publisher; show names, artwork and audio belong to their authors and are distributed through public RSS feeds.