Kiran Chandra Nath
Assamese life and Culture. kiran Chandra Nath Assam India
Assamese Songs and Culture Talk. Interview.অসমীয়া সংস্কৃতি লগতে অসমৰ সকলো সঙ্গীত শুনিব পাৰিব লগতে অসমীয়া সংস্কৃতিৰ সকলো বিষয় সামৰি লোৱা হৈছে ।মূখ্য পৰিচালক কিৰণ চন্দ্ৰ নাথ।কলিয়াবৰৰ নগাঁও অসম9864160507
N'hésitez pas à visiter le site du podcast et à soutenir son créateur : anchor.fm
Où écouter ?
Les podcasts dans l'appli Replaio Radio Bientôt disponibleLes podcasts arrivent très bientôt dans l'appli. Installe-la dès maintenant et découvre en avant-première une toute nouvelle façon de vivre les podcasts
Épisodes
Ep_553_নগাঁৱত অনুষ্ঠিত শ্ৰমিক দিৱসৰ প্ৰতিবেদন 03.05.2024 17:48
নগাঁৱত নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ শ্ৰমিক দিৱস পালন আৰু শ্ৰমিক সন্থাৰ সভাপতি গজেন শইকীয়াক সম্বৰ্ধনা। এক মে বুধবাৰে নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থায়ে শ্ৰমিক দিৱস পালন কৰে এই উপলক্ষে পুৱা মে দিৱসৰ ৰঙাপতকা উত্তোলন কৰে সন্থাৰ সভাপতি গজেন শইকীয়াই । ইয়াৰ পিছতেই শ্বহীদ সকলৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰাৰ লগতে সকলো শ্ৰমিকে শ্বহীদ বেদিত মাল্যাৰ্পন কৰি স্মৰণ কৰে । ইয়াৰ পিছতেই সন্থাৰ কাৰ্যালয়...
Ep_552_ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ল কথা-বতৰা 02.05.2024 10:01
Ep_552_ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ল কথা-বতৰাৰ। সকলোৱে চাবচক্ৰাইব কৰিব ।
Ep_551_বঢ়মপুৰ দৃষ্টিহীন বিদ্যালয়ৰ সাক্ষাৎকাৰ। 02.05.2024 17:48
নগাঁও জিলাৰ বঢ়মপুৰ দৃষ্টিহীন বিদ্যালয়ৰ সাক্ষাৎকাৰ। বিদ্যালয়ৰ প্ৰধান গুন বৰাৰ সাক্ষাৎকাৰ ছাত্ৰ-ছাত্ৰীৰ গীত সকলোৱে চাবচক্ৰাইব কৰিব ।
Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ) 29.04.2024 11:27
Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ) অসমী ব্যাকৰণ। এটা শব্দত প্ৰকাশ কৰা। অসমীয়া ৰচনা কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱা আৰু চহকী অসমী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই বিষয় ব্যাকৰণ দিয়া হৈছে । #### যি আনৰ ভাল দেখিব নোৱাৰা __পৰশ্ৰীকাতৰ , চকুচৰহা । যি আনৰ অধীন _ পৰাধীন যি আনৰ অধীন নহয় _ স্বাধীন। যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে _ডকাইত । যি লোকে বিশ্বাস ৰাখিব নোৱাৰে_অবিশ্...
Ep_549_ বিশ্ব গ্ৰন্থ দিৱস উদযাপন নগাঁৱত . এক প্ৰতিবেদন 25.04.2024 28:37
World Book day at Nagaon 24 Podcast Report. By Kiran Chandra Nath
Ep_548_হনুমান চালিকা পাঠ । 21.04.2024 17:29
HANUMAN SALISHA PATH
Ep -547-বিহুগীতত "অসমীয়া সমাজ জীৱন" কৈছে ননৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড.বসন্ত বৰাই + বিহু গীত 19.04.2024 40:38
বিহুগীতত অসমীয়া সমাজ জীৱন কৈছে ননৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড বসন্ত বৰাই আৰু বিহু গীত
Ep-546-"সাধু" কৈছে ইমৰান হুছেইনে । 16.04.2024 8:39
Ep-546-সাধু কৈছে ইমৰান হুছেইনে ।
Ep-545-সাধু "বামুণৰ ভাগ্য" আৰু টোকাৰী গীত । 16.04.2024 16:06
অনুষ্ঠান ১ সাধু "বামুণৰ ভাগ্য" আৰু ২ টোকাৰী গীত শিল্পী মিলেশ্বৰ ডেকা
Ep-544-সাধু "লটকণ" আৰু টোকাৰী গীত । 16.04.2024 16:32
Cut 1 সাধু "লটকণ" লক্ষ্মীনাথ বেজবৰুৱা ৰচিত টোকাৰী গীত শিল্পী মিলেশ্বৰ ডেকা ।
Ep_543_ ৰঙালী বিহু উপলক্ষে সাক্ষাৎকাৰ ভিত্তিক এটি অনুষ্ঠান / 11.04.2024 25:11
A
Ep-542-বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু হোমিওপেথিক চিকিৎসা শিবিৰৰ প্ৰতিবেদন 10.04.2024 14:30
1নগাঁৱত বিশ্ব হোমিওপেথী দিৱস উদযাপন ৰাহুল দেৱ বৰদলৈ : অসম হোমিওপেথিক চিকিৎসা মহসবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগনত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব হোমিওপেথী দিৱসটি উদযাপন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান হোমিওপেথিক চিকিৎসা বিষয়া সন্থা অসমৰ উদ্যোগত অনুষ্ঠিত এই দিৱসৰ লগত সংগতি ৰাখি জাৰ্মান চিকিৎসা বিজ্ঞানী মহামানৱ ডা: খ্ৰীষ্টিয়ান ফ্ৰেডৰিক চেমুৱেল হেনিমেনৰ ২৬৯ সংখ্যক জন্ম জয়ন্তী উদযাপন আৰু এটি বিনামূলীয়া স...
Ep-542-১৮৮৫ চনৰপৰা ১৯৫৮ চনলৈকে ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভা আৰু সভাপতিৰ নাম 07.04.2024 8:55
Ep-542-১৮৮৫ চনৰপৰা ১৯৫৮ চনলৈকে ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভা আৰু সভাপতিৰ নাম
Ep-541- Zeng Bihu Indira Dewri And pty 06.04.2024 8:50
Ep-541- Zeng Bihu Indira Dewri And pty Folk Song of Assam
Ep-540-ৰমজানমাহৰ গুৰুত্ব কি? এই বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আৰু জিকিৰ । 29.03.2024 29:02
Ep-540-ৰমজানমাহৰ গুৰুত্ব কি এই বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আৰু জিকিৰ
Ep_539_দিহা নাম 'শংকৰ গুৰ দেৱ" অজয় দেওৰজাৰ কন্ঠ 26.03.2024 8:26
Ep_539_দিহা নাম 'শংকৰ গুৰ দেৱ" অজয় দেওৰজাৰ কন্ঠ
Ep_538_লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ কিছু কথা আৰু এটি গীত । 26.03.2024 8:33
১/ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ কিছু কথা। ২ এটি গীত ভুপেন হাজৰিকা।
Ep_537_বিহুগীতৰ শিল্পী উমানন্দ হাজৰিকাৰ সাক্ষাৎকাৰ আৰু বিহু গীত । 21.03.2024 19:35
১_ বিহু গীতৰ শিল্পী নগাঁৱৰ উমানন্দ হাজৰিকাৰ সাক্ষাৎকাৰ ২_ বিহু গীত
Ep_535_মাছৰ লগতে মুকুতা খেতিৰ বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান। 15.03.2024 15:56
নগাঁৱত তিনিদিনীয়াকৈ আৰম্ভ হোৱা মাছ আৰু মুকুতা খেতিৰ প্ৰশিক্ষণ আজি সমাপ্ত হয় । অসমত মাছৰ লগতে মুকুতাৰ খেতি একেলগে কৰি কেনেকৈ লাভবান হ'ব পাৰে মীন পালক সকল ,এই বিষয়ে ১৩_১৫_ প্ৰশিক্ষণ প্ৰদান কৰে । ১৩মাৰ্চৰ পৰা নগাঁৱৰ গ্ৰাম্য উন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আৰম্ভ হৈছিল, এই প্ৰশিক্ষণ প্ৰশিক্ষণত তিনিচুকীয়া হোজাই, মৰিগাঁও যোৰহাট নগাঁও আদি জিলাৰ মীন পালক সকলে প্ৰশিক্ষণ গ্ৰহণ কৰে। শামুকৰ পৰা কি দৰে মু...
Ep-536- বিহু বাদ্য গগণাৰ বিষয়ে আলোচনা ভাগলৈছে ড চন্দ্ৰ কমল চেতিয়াই। 14.03.2024 16:24
বিহু বাদ্য গগণাৰ বিষয়ে আলোচনা, ভাগলৈছে ড চন্দ্ৰ কমল চেতিয়াই। আৰু এটি বিহুগীত
Ep_534_Sivar Nam by Tulu Devi and pty 04.03.2024 9:12
Devotional songs 🌟 Sivar Nam by Tulu Devi and pty
Ep_ 533_Talk on Kapil Deb.Tiwageet. and Talk on Nibaran Bora 01.03.2024 8:56
1_Talk on Kapil Deb. 2Tiwageet. and 3Talk on Nibaran Bora
EP_530_ভাৰোত্তোলনত অসমীয়া খেলুৱৈৰ সফলতা আৰু সম্ভাৱনীয়তা। 18.02.2024 6:20
EP_530_ভাৰোত্তোলনত অসমীয়া খেলুৱৈৰ সফলতা আৰু সম্ভাৱনীয়তা।
Ep_529_অসমৰ বিশিষ্ট লেখিকা জুৰী বৰা বৰগোহাঁইৰ সাক্ষাৎকাৰ। 11.02.2024 8:03
Ep_529_অসমৰ বিশিষ্ট লেখিকা জুৰী বৰা বৰগোহাঁইৰ সাক্ষাৎকাৰ।
Ep-528- থলুৱা ফুটবলৰ প্ৰসংগত পৰমানন্দ নাথ আৰু টেনিছ খেলুৱৈৰ সাক্ষাৎকাৰ। 07.02.2024 14:43
Ep-528- থলুৱা ফুটবলৰ প্ৰসংগত পৰমানন্দ নাথ আৰু নগাঁৱৰ টেনিছ ক্লাবত অনুষ্ঠিত নুৰুল আমিন টেনিছ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা খেলুৱৈৰ সাক্ষাৎকাৰ।
Podcasts similaires
Replaio n'est pas éditeur de podcasts ; les noms des émissions, les visuels et l'audio appartiennent à leurs auteurs et sont diffusés via des flux RSS publics